SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

Express Tales Knowledge Hub

Express Tales – সকলোৰে মাজত এক পৰিচিত নাম।  অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ওপৰত সাধাৰণ জ্ঞান বিষয়ক প্ৰশ্নোত্তৰ ফেচবুক মাধ্যমৰ (https://www.facebook.com/expresstales) যোগেদি প্ৰকাশ কৰি অহা Express Tales ScientificTemperament ৰ বৰ্তমান এক অবিচ্ছেদ্য অংগ। 40,000 ত কৈও অধিক followers থকা পেজTটোৱে অসমৰ শিক্ষা জগত খনত এক বিশেষ অৱদান আগবঢ়াই আহিছে। এই শিতানত বৰ্তমান প্ৰায় 1000 টা ভিন্ন বিষয়ৰ প্ৰশ্নোত্তৰ উপলব্ধ সম্পূৰ্ণ ৰূপে অসমীয়া ভাষাত । দৈনিক নতুন প্ৰশ্নোত্তৰ সংযোজনৰ প্ৰতিশ্ৰুতিৰে…