SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

মধুমেহাৰী বন

গোত্ৰ (Family) : Scrophulariaceae

বৈজ্ঞানিক নাম : Scoparia dulcis L.

অসমীয়া নাম : মধুমেহাৰী বন, চেনীবন

বিৱৰণ:
দক্ষিণ আমেৰিকা মূলীয় তৃণজাতীয় এইবিধ উদ্ভিদ অসমত অতিকৈ সুলভ। খেতি-পথাৰ বা চাহ-বাগিচাত অপতৃণ হিচাপে গজা ইয়াক দেখা যায়। ফুলবোৰ সাধাৰনতে বগা ৰঙৰ হয়।
ব্যৱহাৰ:
ভাৰতবৰ্ষৰ বহু ঠাইত এই তৃণজোপা মধুমেহ (ডায়েবেটিছ) ৰোগৰ বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়। টাইৱানত ইয়াক উচ্চৰক্তচাপজনিত ৰোগত ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। ইয়াৰ ওপৰিও ভিন ভিন দেশত ইয়াক কিডনীৰ পাথৰ আতঁৰ কৰিবলৈ লগতে চিক্ল ছেল এনিমিয়া ৰোগতো ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *