SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

andrographis-paniculata-burm-f-nees/


গোত্ৰ (Family) : Acanthaceae,

বৈজ্ঞানিক নাম : Andrographis paniculata (Burm.f.) Nees

অসমীয়া নাম : কালমেঘ

বিৱৰণ:
কালমেঘ মূলতঃ দক্ষিণ ভাৰত তথা শ্ৰীলংকা মূলীয় উদ্ভিদ আৰু ইয়াৰ পৰাই ই বিভিন্ন অঞ্চলত বিস্তৃতি লাভ কৰে। একবৰ্ষীয় তৃণজাতীয় এই উদ্ভিদজোপাত সৰু সৰু বগা ফুল ফুলে য’ত কজলা ৰঙৰ দাগ থাকে। ইয়াৰ পাতৰ সোৱাদ অতিকৈ তিতা হোৱাৰ বাবে ইয়াক “তিতাৰ ৰজা” (King of bitterness) বুলিও জনা যায়।

ব্যৱহাৰ:
বনৌষধি হিচাপে কালমেঘৰ ব্যৱহাৰ অনেক। আয়ুৰ্বেদতো কালমেঘৰ ব্যৱহাৰ দেখা যায়। মূলতঃ সংক্ৰমণ নিৰাময় কৰিবলৈ ইয়াৰ পাত তথা গা-গছৰ ৰস ব্যৱহাৰ কৰা হয়। কেঞ্চাৰ প্ৰতিৰোধক হিচাপে ইয়াক ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায় যদিও ই কেঞ্চাৰ প্ৰতিৰোধক হয় নে নহয়, ই নিশ্চিত নহয়। জণ্ডিছ তথা শ্বাস-প্ৰশ্বাসৰ ৰোগতো ইয়াক ব্যৱহাৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

politics-gk

প্ৰশ্ন : ভাৰতীয় সংবিধানখন কেতিয়া প্রথমে গ্ৰহণ কৰা হয় ?উত্তৰ : ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।প্রশ্ন : ভাৰতীয় সংবিধান সভা প্রথম কেতিয়া অনুষ্ঠিত হয় ?উত্তৰ : ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।প্রশ্ন :

Read More »

sports-gk

প্রশ্ন : কোনগৰাকী ভাৰতীয়ক দবা বা চতুৰংগ খেলৰ জনক বুলি কোৱা হয় ?উত্তৰ : কৌটিল্য বা চাণক্যক।প্রশ্ন : ভাৰতত জুডো খেলৰ কোনে প্ৰৱৰ্তন কৰিছিল ?উত্তৰ : বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে।প্রশ্ন :

Read More »

assam-gk

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে।ইয়াৰ অৰ্থ কি?উত্তৰ : অতুলনীয়।২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?উত্তৰ : ৩,১১,৬৯,২৭২।৩) প্ৰশ্ন : ২০১১

Read More »

india-gk

প্রশ্ন : ভাৰতীয় ইতিহাসত খুবেই চর্চিত মহেঞ্জোদাৰো নগৰখন ক’ত অৱস্থিত আছিল ?উত্তৰ : সিন্ধু প্রদেশৰ লাৰাকানা জিলাত অৱস্থিত (বর্তমান পাকিস্তানত)।প্রশ্ন : ‘মহেঞ্জোদাৰো শব্দৰ অর্থ কি ?উত্তৰ : মৃতকৰ টিপ’বা মৃতকৰ

Read More »

science-gk

প্ৰশ্ন : কিমান ডিগ্রী ছেণ্টিগ্রেডত সােণ গলাব পাৰি? উত্তৰ : ১০৬৩°ছেণ্টিগ্রেডত। প্ৰশ্ন : ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি বাৰু? উত্তৰ : কেলছিয়াম হাইপ’ক্লৰাইড। প্ৰশ্ন : ছ’ডা পানীত কি এছিড থাকে?

Read More »
Uncategorized

rauvolfia-serpentina-l-benth-ex-kurz

গোত্ৰ (Family) : Apocynaceae বৈজ্ঞানিক নাম : Rauvolfia serpentina (L.) Benth. ex Kurz অসমীয়া নাম : সৰ্পগন্ধা, আৰ্চন তিতা   বিৱৰণ: সৰ্পগন্ধা হৈছে এবিধ বহুবৰ্ষী জোপোহা উদ্ভিদ। অসমৰ চুকে-কোণে পোৱা এই

Read More »