SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

politics-gk

প্ৰশ্ন : ভাৰতীয় সংবিধানখন কেতিয়া প্রথমে গ্ৰহণ কৰা হয় ?উত্তৰ : ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।প্রশ্ন : ভাৰতীয় সংবিধান সভা প্রথম কেতিয়া অনুষ্ঠিত হয় ?উত্তৰ : ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।প্রশ্ন : ভাৰতীয় সংবিধানখন কেতিয়াৰপৰা কাৰ্যকৰী কৰা হয় ?উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।প্রশ্ন : ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্ত হৈছিল ?উত্তৰ : […]

sports-gk

প্রশ্ন : কোনগৰাকী ভাৰতীয়ক দবা বা চতুৰংগ খেলৰ জনক বুলি কোৱা হয় ?উত্তৰ : কৌটিল্য বা চাণক্যক।প্রশ্ন : ভাৰতত জুডো খেলৰ কোনে প্ৰৱৰ্তন কৰিছিল ?উত্তৰ : বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে।প্রশ্ন : কোন দুবিধ খেলক ভাৰতবৰ্ষত জাতীয় খেলৰূপে গণ্য কৰা হয় ?উত্তৰ : হকী আৰু কাবাডি খেলক।প্রশ্ন : কাবাডি খেল সর্বপ্রথম ক’ত উৎপত্তি হৈছিল ?উত্তৰ : ভাৰতত।প্রশ্ন […]

assam-gk

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে।ইয়াৰ অৰ্থ কি?উত্তৰ : অতুলনীয়।২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?উত্তৰ : ৩,১১,৬৯,২৭২।৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?উত্তৰ : নগাঁও।৪) প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ […]

india-gk

প্রশ্ন : ভাৰতীয় ইতিহাসত খুবেই চর্চিত মহেঞ্জোদাৰো নগৰখন ক’ত অৱস্থিত আছিল ?উত্তৰ : সিন্ধু প্রদেশৰ লাৰাকানা জিলাত অৱস্থিত (বর্তমান পাকিস্তানত)।প্রশ্ন : ‘মহেঞ্জোদাৰো শব্দৰ অর্থ কি ?উত্তৰ : মৃতকৰ টিপ’বা মৃতকৰ টিলা।প্রশ্ন : সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম নিদর্শন ক’ত আৱিষ্কাৰ হৈছিল ?উত্তৰ : পশ্চিম পঞ্জাৱৰ মন্টগমাৰিৰ হৰপ্পাত।প্রশ্ন : আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?উত্তৰ : খ্রীঃ […]

science-gk

প্ৰশ্ন : কিমান ডিগ্রী ছেণ্টিগ্রেডত সােণ গলাব পাৰি? উত্তৰ : ১০৬৩°ছেণ্টিগ্রেডত। প্ৰশ্ন : ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি বাৰু? উত্তৰ : কেলছিয়াম হাইপ’ক্লৰাইড। প্ৰশ্ন : ছ’ডা পানীত কি এছিড থাকে? উত্তৰ : কার্বনিক এছিড। প্ৰশ্ন : ফেনাইল প্রকৃততে এবিধ এছিড।ই কি এছিড বাৰু? উত্তৰ : কাৰ্বক্সিলিক এছিড। প্ৰশ্ন : সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি বাৰু? […]

rauvolfia-serpentina-l-benth-ex-kurz

গোত্ৰ (Family) : Apocynaceae বৈজ্ঞানিক নাম : Rauvolfia serpentina (L.) Benth. ex Kurz অসমীয়া নাম : সৰ্পগন্ধা, আৰ্চন তিতা   বিৱৰণ: সৰ্পগন্ধা হৈছে এবিধ বহুবৰ্ষী জোপোহা উদ্ভিদ। অসমৰ চুকে-কোণে পোৱা এই উদ্ভিদজোপা সাংঘাতিক ভাৱে ঔষধি গুণৰ অধিকাৰী। ব্যৱহাৰ:সৰ্পগন্ধাক উচ্চ ৰক্তচাপৰ মহৌষধ বুলি জনা যায়। মহাত্মা গান্ধীয়ে হেনো মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিত সৰ্পগন্ধাৰ শিপাৰ ৰস সেৱন […]

triumfetta-rhomboidea-jacq

গোত্ৰ (Family): Malvaceae  বৈজ্ঞানিক নাম : Triumfetta rhomboidea Jacq. অসমীয়া নাম : বন অগৰা বিৱৰণ: বন অগৰা বা কণ অগৰা হৈছে হালধীয়া ফুলেৰে ৰম্বছ আকৃতিৰ পাতেৰে সৈতে এজুপি সৰু জোপোহা বহুবৰ্ষী উদ্ভিদ। পৃথিৱীৰ ভিন ভিন ঠাইত এই উদ্ভিদ পোৱা যায়। ব্যৱহাৰ: বনৌষধি হিচাপে এই উদ্ভিদৰ অনেক ব্যৱহাৰ আছে। ইয়াৰ পাত পানীত সিজাই চুৰুহা হিচাপে বনাই […]

evolvulus-nummularius-l-l

গোত্ৰ (Family) : Convolvulaceae বৈজ্ঞানিক নাম : Evolvulus nummularius (L.) L. অসমীয়া নাম : ভূঁই-আঁকোৰা বিৱৰণ:আফ্ৰিকা তথা আমেৰিকা মূলীয় এই উদ্ভিদজোপা একবৰ্ষী উদ্ভিদ। ইয়াক সাধাৰণতে মাটি বা শিলত চেপেটাকৈ লাগি থকা দেখা যায় বাবে স্থানীয়ভাৱে ইয়াক ভূঁই-আঁকোৰা বুলি জনা যায়। ইয়াৰ ফুলবোৰ বগা ৰঙৰ হয় আৰু পাতবোৰ প্ৰায় গোলাকাৰ। ব্যৱহাৰ:ইয়াৰ পাতৰ ৰস পেটৰ পেলু (কৃমি) মৰা […]

andrographis-paniculata-burm-f-nees/

গোত্ৰ (Family) : Acanthaceae, বৈজ্ঞানিক নাম : Andrographis paniculata (Burm.f.) Nees অসমীয়া নাম : কালমেঘ বিৱৰণ:কালমেঘ মূলতঃ দক্ষিণ ভাৰত তথা শ্ৰীলংকা মূলীয় উদ্ভিদ আৰু ইয়াৰ পৰাই ই বিভিন্ন অঞ্চলত বিস্তৃতি লাভ কৰে। একবৰ্ষীয় তৃণজাতীয় এই উদ্ভিদজোপাত সৰু সৰু বগা ফুল ফুলে য’ত কজলা ৰঙৰ দাগ থাকে। ইয়াৰ পাতৰ সোৱাদ অতিকৈ তিতা হোৱাৰ বাবে ইয়াক “তিতাৰ […]

commelina-benghalensis-l

গোত্ৰ (Family) : Commelinaceae বৈজ্ঞানিক নাম : Commelina benghalensis L. অসমীয়া নাম : কণাশিমলু   বিৱৰণ:কণাশিমলু ভাৰতবৰ্ষ তথা এছিয়াৰ এবিধ স্থানীয় উদ্ভিদ। সাধাৰণতে খেতি-পথাৰ বা চাহ-বাগিচাত অপতৃণ হিচাপে গজা এই তৃণজাতীয় উদ্ভিদজোপা অতিকৈ সহজলভ্য। ফুলবোৰ সাধাৰনতে নীলাৰঙৰ হয়। ব্যৱহাৰ:বনৌষধি হিচাপে কণাশিমলুৰ ব্যৱহাৰ অনেক। ৰক্তক্ষৰণ ৰোধ কৰিবলৈ কণাশিমলুৰ আগ এটা ছিঙি চেপি লৈ ইয়াৰ আঠাজাতীয় ৰসখিনি লগাই দিলে […]