SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

evolvulus-nummularius-l-l


গোত্ৰ (Family) : Convolvulaceae

বৈজ্ঞানিক নাম : Evolvulus nummularius (L.) L.

অসমীয়া নাম : ভূঁই-আঁকোৰা

বিৱৰণ:
আফ্ৰিকা তথা আমেৰিকা মূলীয় এই উদ্ভিদজোপা একবৰ্ষী উদ্ভিদ। ইয়াক সাধাৰণতে মাটি বা শিলত চেপেটাকৈ লাগি থকা দেখা যায় বাবে স্থানীয়ভাৱে ইয়াক ভূঁই-আঁকোৰা বুলি জনা যায়। ইয়াৰ ফুলবোৰ বগা ৰঙৰ হয় আৰু পাতবোৰ প্ৰায় গোলাকাৰ।

ব্যৱহাৰ:
ইয়াৰ পাতৰ ৰস পেটৰ পেলু (কৃমি) মৰা ঔষধ হিচাপে ব্যহাৰ হয়। ৰক্ত-শোধক আৰু স্মৃতিশক্তি বৃদ্ধিৰ বাবে ইয়াক সেৱন কৰাৰ তথ্য পোৱা যায়। ইয়াক সাৱধানে ব্যৱহাৰ কৰিব লাগে যিহেতু ইয়াৰ ৰস চকুত পৰিলে দৃষ্টিশক্তি লোপ পোৱা বা চকুৰ খজুৱতি হ’ব পৰাৰ তথ্য পোৱা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

politics-gk

প্ৰশ্ন : ভাৰতীয় সংবিধানখন কেতিয়া প্রথমে গ্ৰহণ কৰা হয় ?উত্তৰ : ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।প্রশ্ন : ভাৰতীয় সংবিধান সভা প্রথম কেতিয়া অনুষ্ঠিত হয় ?উত্তৰ : ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।প্রশ্ন :

Read More »

sports-gk

প্রশ্ন : কোনগৰাকী ভাৰতীয়ক দবা বা চতুৰংগ খেলৰ জনক বুলি কোৱা হয় ?উত্তৰ : কৌটিল্য বা চাণক্যক।প্রশ্ন : ভাৰতত জুডো খেলৰ কোনে প্ৰৱৰ্তন কৰিছিল ?উত্তৰ : বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে।প্রশ্ন :

Read More »

assam-gk

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে।ইয়াৰ অৰ্থ কি?উত্তৰ : অতুলনীয়।২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?উত্তৰ : ৩,১১,৬৯,২৭২।৩) প্ৰশ্ন : ২০১১

Read More »

india-gk

প্রশ্ন : ভাৰতীয় ইতিহাসত খুবেই চর্চিত মহেঞ্জোদাৰো নগৰখন ক’ত অৱস্থিত আছিল ?উত্তৰ : সিন্ধু প্রদেশৰ লাৰাকানা জিলাত অৱস্থিত (বর্তমান পাকিস্তানত)।প্রশ্ন : ‘মহেঞ্জোদাৰো শব্দৰ অর্থ কি ?উত্তৰ : মৃতকৰ টিপ’বা মৃতকৰ

Read More »

science-gk

প্ৰশ্ন : কিমান ডিগ্রী ছেণ্টিগ্রেডত সােণ গলাব পাৰি? উত্তৰ : ১০৬৩°ছেণ্টিগ্রেডত। প্ৰশ্ন : ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি বাৰু? উত্তৰ : কেলছিয়াম হাইপ’ক্লৰাইড। প্ৰশ্ন : ছ’ডা পানীত কি এছিড থাকে?

Read More »
Uncategorized

rauvolfia-serpentina-l-benth-ex-kurz

গোত্ৰ (Family) : Apocynaceae বৈজ্ঞানিক নাম : Rauvolfia serpentina (L.) Benth. ex Kurz অসমীয়া নাম : সৰ্পগন্ধা, আৰ্চন তিতা   বিৱৰণ: সৰ্পগন্ধা হৈছে এবিধ বহুবৰ্ষী জোপোহা উদ্ভিদ। অসমৰ চুকে-কোণে পোৱা এই

Read More »