SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

rauvolfia-serpentina-l-benth-ex-kurz


গোত্ৰ (Family) : Apocynaceae

বৈজ্ঞানিক নাম : Rauvolfia serpentina (L.) Benth. ex Kurz

অসমীয়া নাম : সৰ্পগন্ধা, আৰ্চন তিতা  

বিৱৰণ:

সৰ্পগন্ধা হৈছে এবিধ বহুবৰ্ষী জোপোহা উদ্ভিদ। অসমৰ চুকে-কোণে পোৱা এই উদ্ভিদজোপা সাংঘাতিক ভাৱে ঔষধি গুণৰ অধিকাৰী।

ব্যৱহাৰ:
সৰ্পগন্ধাক উচ্চ ৰক্তচাপৰ মহৌষধ বুলি জনা যায়। মহাত্মা গান্ধীয়ে হেনো মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিত সৰ্পগন্ধাৰ শিপাৰ ৰস সেৱন কৰিছিল। সৰ্পগন্ধা হৈছে National Medicinal Plants Board, India ই তালিকাভূক্ত কৰা ৩২ বিধ ঔষধি গুণ সমৃদ্ধ উদ্ভিদৰ অন্যতম। সৰ্পগন্ধাৰ অন্যান্য ব্যৱহাৰ হৈছে মানসিক ৰোগৰ ঔষধ, প্ৰস্ৰাৱ জ্বলা-পোৰাৰ ঔষধ, সৰ্পদংশনৰ ঔষধকে ধৰি অনেক। ১৯৫২ চনত ইয়াৰ পৰা Reserpine নামৰ ৰসায়ন বিধ আহৰন কৰাৰ পিছৰ পৰাই বিশ্বৰ ভেষজ উদ্যোগত সৰ্পগন্ধাৰ গুৰুত্ব অনেক বাঢ়িলে। তাৰোপৰি ইয়াৰ শিপাৰ পৰা অনেক ধৰনৰ ঔষধিগুণসম্পন্ন ৰসায়ন যেনে Rauvolfine, Rauvolfinine, Serpentine, Serpentinine, Ajmalicine, Ajmaline, Neoajmaline ইত্যাদি আহৰন কৰা হৈছে। সৰ্পগন্ধাক উচ্চ ৰক্তচাপৰ মহৌষধ বুলি

জনা যায়। মহাত্মা গান্ধীয়ে হেনো মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিত সৰ্পগন্ধাৰ শিপাৰ ৰস সেৱন কৰিছিল। সৰ্পগন্ধা হৈছে National Medicinal Plants Board, India ই তালিকাভূক্ত কৰা ৩২ বিধ ঔষধি গুণ সমৃদ্ধ উদ্ভিদৰ অন্যতম। সৰ্পগন্ধাৰ অন্যান্য ব্যৱহাৰ হৈছে মানসিক ৰোগৰ ঔষধ, প্ৰস্ৰাৱ জ্বলা-পোৰাৰ ঔষধ, সৰ্পদংশনৰ ঔষধকে ধৰি অনেক। ১৯৫২ চনত ইয়াৰ পৰা Reserpine নামৰ ৰসায়ন বিধ আহৰন কৰাৰ পিছৰ পৰাই বিশ্বৰ ভেষজ উদ্যোগত সৰ্পগন্ধাৰ গুৰুত্ব অনেক বাঢ়িলে। তাৰোপৰি ইয়াৰ শিপাৰ পৰা অনেক ধৰনৰ ঔষধিগুণসম্পন্ন ৰসায়ন যেনে Rauvolfine, Rauvolfinine, Serpentine, Serpentinine, Ajmalicine, Ajmaline, Neoajmaline ইত্যাদি আহৰন কৰা হৈছে।

বি: দ্ৰ: বহুলোকে ভুলবশতঃ Rauwolfia serpentina বুলি লিখা দেখা যায়। যিহেতু উদ্ভিদৰ বৈজ্ঞানিক নামবোৰ www.ipni.org বা www.theplantlist.org ত accepted name হিচাপে স্বীকৃত থাকিব লাগে, গতিকে সকলো বৈজ্ঞানিক নামৰে বানানবোৰ এই দুটা তথ্যভাণ্ডাৰত গৈ পৰীক্ষা কৰি লব লাগে। আগৰ দিনত এনে তথ্যভাণ্ডাৰ নথকাৰ বাবে একেজোপা উদ্ভিদৰে বৈজ্ঞানিক নামৰ ভিন ভিন বানান দেখা যায়। তেনে বানানেৰে অনেক গৱেষণাপত্ৰও যিহেতু প্ৰকাশ হৈছে, ই সৰ্বসাধাৰণৰ মনত খেলি-মেলিৰ সৃষ্টি কৰিব পাৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *

Cyber Security

How to Prevent a Ransomware Strike

Ransomware strikes have actually come to be a widespread as well as devastating hazard in today’s electronic landscape. These harmful strikes entail cyberpunks securing your information as well as requiring

Read More »