SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

triumfetta-rhomboidea-jacq


গোত্ৰ (Family): Malvaceae 

বৈজ্ঞানিক নাম : Triumfetta rhomboidea Jacq.

অসমীয়া নাম : বন অগৰা

বিৱৰণ:

বন অগৰা বা কণ অগৰা হৈছে হালধীয়া ফুলেৰে ৰম্বছ আকৃতিৰ পাতেৰে সৈতে এজুপি সৰু জোপোহা বহুবৰ্ষী উদ্ভিদ। পৃথিৱীৰ ভিন ভিন ঠাইত এই উদ্ভিদ পোৱা যায়।

ব্যৱহাৰ:

বনৌষধি হিচাপে এই উদ্ভিদৰ অনেক ব্যৱহাৰ আছে। ইয়াৰ পাত পানীত সিজাই চুৰুহা হিচাপে বনাই খালে খাদ্যনলীৰ ঘা বা গেষ্ট্ৰিক আলচাৰৰ পৰা উপশম পোৱা যায়। ভাতৰ মাৰৰ সৈতে এনে চুৰুহা মিহলি কৰি খালে ডায়েৰীয়া, ডিছেণ্ট্ৰী আদি ৰোগ ভাল হয় বুলি তথ্য পোৱা গৈছে। ফুলবোৰ পিহি লৈ ফোঁহাত সানি দিলে ফোঁহা সোনকালে শুকায় বুলিও তথ্য পোৱা গৈছে। বনৌষধি হিচাপে ইয়াৰ ব্যৱহাৰৰ ওপৰিও ইয়াৰ ছালৰ পৰা আঁহ প্ৰস্তুত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Cyber Security

How to Prevent a Ransomware Strike

Ransomware strikes have actually come to be a widespread as well as devastating hazard in today’s electronic landscape. These harmful strikes entail cyberpunks securing your information as well as requiring

Read More »