
যান্ত্ৰিক বিজ্ঞান (আমাৰ ফালৰ পৰা ১)
সম্পাদকীয় স্তম্ভৰ এই প্ৰথম লেখাটোৰ শিৰোনাম ‘যান্ত্ৰিক বিজ্ঞান’। যন্ত্ৰ আৰু প্ৰযুক্তিৰে ভৰি পৰা বৰ্তমান সমাজত বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠা নাই বুলি লেখকে উল্লেখ কৰিছে — মেচিনত ফোঁট দিয়া, আঙুলিত আঙঠি পিন্ধা, বিদ্যালয়ত বিজ্ঞানক কেৱল নম্বৰৰ বিষয় হিচাপে লোৱা আদি…