scoparia-dulcis-l

গোত্ৰ (Family) : Scrophulariaceae বৈজ্ঞানিক নাম : Scoparia dulcis L. অসমীয়া নাম : মধুমেহাৰী বন, চেনীবন বিৱৰণ:দক্ষিণ আমেৰিকা মূলীয় তৃণজাতীয় এইবিধ উদ্ভিদ অসমত অতিকৈ সুলভ। খেতি-পথাৰ বা চাহ-বাগিচাত অপতৃণ হিচাপে গজা ইয়াক দেখা যায়। ফুলবোৰ সাধাৰনতে বগা ৰঙৰ হয়।ব্যৱহাৰ:ভাৰতবৰ্ষৰ বহু ঠাইত এই তৃণজোপা মধুমেহ (ডায়েবেটিছ) ৰোগৰ বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়। টাইৱানত ইয়াক উচ্চৰক্তচাপজনিত ৰোগত […]
কৃষ্ণাক্ষী ফুল

গোত্ৰ (Family) : Acanthaceae বৈজ্ঞানিক নাম : Thunbergia alata Bojer ex Sims অসমীয়া নাম : কৃষ্ণাক্ষী ফুল, কৃষ্ণাক্ষীপৰী লতা বিৱৰণ:পূৱ আফ্ৰিকা মূলীয় বহুবৰ্ষী এই লতাজাতীয় উদ্ভিদ অসমতো সাধাৰণতেই দেখা যায়। সুন্দৰ হালধীয়া ৰঙৰ ফুলৰ মাজ অংশত ক’লা ফোটৰ দৰে অংশটিৰ বাবে ইয়াক কৃষ্ণাক্ষী লতা বুলি কোৱা হয়। হৃদয়াকৃতিৰ পাতেৰে সৈতে লতাজুপিৰ মাৰ্চৰ পৰা মে মাহৰ […]