লেখক: ৰিপুঞ্জয় বৰদলৈ · অনুৰণন, সংখ্যা 1 (Vol 1, Issue 1, April – May 2019) · পৃষ্ঠা 6
NCSC নামেৰে জনাজাত, ১৯৯৩ চনত জন্ম হোৱা বিজ্ঞান আয়োজনটোৰ প্ৰতি উৎসৰ্গিত এটি কবিতা। ইয়াত NCSC-ক বিজ্ঞানৰ ৰূপালী মুকুতাৰে জন্ম লোৱা ৰূপালী কিৰণৰ এটি তৰাৰ ৰূপত কল্পনা কৰা হৈছে, যিয়ে সমাজৰ অন্ধকাৰৰ দানৱবোৰ নাশ কৰি সমাজ গঢ়াৰ চেতনা সিঁচি গৈছে আৰু যাৰ কোলাত পৃথিৱীৰ শৈশৱে খেলি বৈজ্ঞানিক চিন্তাৰ স্তম্ভ গঢ়িছে।
ৰূপালী আভাৰ পৰা সোণোৱালী হৈ যুগৰ পৰা যুগান্তৰলৈ ই চিৰপ্ৰৱহমান হৈ থাকক বুলি কবিয়ে কামনা কৰিছে।

