লেখক: নিহাল গগৈ · অনুৰণন, সংখ্যা 5 (Vol 1, Issue 5, Dec 2019) · পৃষ্ঠা 12–13
গছ এজোপাৰ মুখেৰে কোৱা এটি ক্ষোভ-মিশ্ৰিত কবিতা। প্ৰকৃতিয়ে লালন-পালন কৰা, মানুহৰ জীৱনদায়িনী গছজোপাই কয় যে সি জীৱন-যুদ্ধত সাহসেৰে জীয়াই থাকিব খোজে যদিও শিক্ষাৰে ভৰপূৰ কিন্তু জ্ঞানহীন, স্বাৰ্থপৰ মানুহেই তাৰ প্ৰধান শত্ৰু হৈ পৰিছে আৰু সি বাৰে বাৰে হাৰি নিমাখিত হৈ আছে।
নিজকে মাৰিব খোজা মানুহকো ছাঁ দিবলৈ সাজু গছজোপাই ‘নিজৰ ভৰিত কুঠাৰ নমৰাবলৈ’ মানুহলৈ অনুৰোধ জনাই কবিতাটো শেষ হৈছে।

