
ক’ৰ’নাই উদগনি দিয়া ন’ম’ফ’বিয়া ব্যাধিয়ে মাৰাত্মক ৰূপ ল’ব নেকি?
কোভিড-১৯ৰ লকডাউনৰ সময়ত ঘৰত বন্দী হৈ থকা মানুহৰ মোবাইল আসক্তি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ‘ন’ম’ফ’বিয়া’ (No Mobile Phone Phobia) ৰোগৰ বিষয়ে এটি সজাগতামূলক লেখা। এক সমীক্ষা অনুসৰি লকডাউনত হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ ব্যৱহাৰ ৬০ শতাংশ আৰু ভিডিঅ’ কলিং ৭০ শতাংশ…

